Ahmed Al Ahmed: সন্ত্ৰাসবাদী বিৰুদ্ধে যুঁজি হিৰ’ হ’ল আহমেদ আল আহমেদ।

দেওবাৰে অষ্ট্ৰেলিয়াৰ ছিডনীত বিশ্ব কঁপোৱা আক্ৰমণ।(Ahmed Al Ahmed)

ইছলামিক সন্ত্রাসবাদীৰ আক্ৰমণত এই পর্যন্ত ১২জন নিহত।

এই ঘটনাৰ মাজতে চৰ্চা আহিছে এজন ব্যক্তি।

অকলেই সন্ত্ৰাসবাদী বিৰুদ্ধে যুঁজি HERO হ’ল আহমেদ আল আহমেদ নামৰ ব্যক্তিজন।

সন্ত্রাসবাদীৰ বন্দুক কাঢ়িলে আহমদ আল আহমদে।

নিজৰ জীৱন কথা নাভাবি জঁপিয়াই পৰিছিল সন্ত্রাসবাদীৰ ওপৰত।

দুটাকৈ গুলী লাগিল আহমদৰ শৰীৰত।

ফল-মূলৰ বেপাৰী আহমেদ আল আহমেদ বৰ্তমান বিশ্বজুৰি চৰ্চিত।

অষ্ট্ৰেলিয়াৰ ছিডনী চহৰত এই ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল।

বণ্ডি বিচত অনুষ্ঠিত হৈ থকা ইহুদী হানুকাহ উৎসৱৰ সময়তে এই ঘটনা ঘটে।

প্ৰাথমিক তথ্য অনুসৰি, এই আক্ৰমণত অন্তত ১০ জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ৬০ জন লোক আহত হৈছে।

ঘটনাৰ পিছতে দুজন লোকক আৰক্ষীয়ে জিম্মাত লৈছে বুলি জানিব পৰা গৈছে।

Related Articles