গুৱাহাটীৰ হেঙৰাবাৰী প্ৰাথমিক চিকিৎসালয়ত অভিনেত্ৰী আইমী বৰুৱা। কোভিড যোদ্ধা চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক খাদ্য বিতৰণ কৰিলে অভিনেত্ৰীগৰাকীয়ে। নিজ হাতেৰে তৈয়াৰ কৰা খাদ্য বিতৰণ কৰিলে আইমী বৰুৱাই। মহামাৰীৰ এই দুৰ্যোগৰ সময়ত দিন–ৰাতি একাকাৰ কৰি সেৱা আগবঢ়োৱা সকলক সামান্যতম সহায় জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ।চিকিৎসকসকল আমাৰ ভগবান তেওঁলোকক সন্মান কৰিবলৈ আহ্বান আইমী বৰুৱাৰ।

