Breaking

গুৱাহাটীত বৃদ্ধি পাইছে বায়ু প্ৰদূষণৰ মাত্ৰা। GMCHত চিকিৎসাধীন ২৩টি শিশু…

0 103

গুৱাহাটীত বৃদ্ধি পাইছে বায়ু প্ৰদূষণৰ মাত্ৰা। দিনক দিনে বাঢ়ি গৈছে গুৱাহাটীৰ বায়ু প্ৰদূষণৰ মাত্ৰা। এই প্ৰদূষণৰ ফলত বহু শিশু আক্ৰান্ত হৈছে ৰোগত। বৰ্তমান গুৱাহাটীৰ GMCHত চিকিৎসাধীন ২৩টিকৈ শিশু।

২০ তাৰিখে GMCHত ভৰ্তি হৈছিল প্ৰায় ৩৬ টিকৈ শিশু। এজমা,শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈছে শিশুসকল। সকলোকে সাৱধনাত অৱলম্বন কৰিবলৈ আহ্ৱান চিকিৎসকৰ।

Leave A Reply