আজি শেষকৃত্য সম্পন্ন হ’ব মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ।(Ajit Pawar)
বাৰামতীৰ বিদ্যা প্ৰতিষ্ঠান খেলপথাৰত শেষকৃত্য সম্পন্ন হ’ব অজিত পাৱাৰৰ।
উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি গুণমুগ্ধৰ।
মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাগ্ৰস্ত।
বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু হয়।
বাৰামতীত অৱতৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত বিমানখন।
দুৰ্ঘটনাত মৃত্যু NCP নেতা অজিত পাৱাৰ।
বিমানখনত আছিল অজিত পাৱাৰকে ধৰি মুঠ ৬ গৰাকী লোক।
অজিত পাৱাৰসহ ৬ জন লোক নিহত হয় এই বিমান দুৰ্ঘটনাত।
নিৰ্বাচনী প্ৰচাৰৰ বাবে মহাৰাষ্ট্ৰৰ পৰা বাৰামতীলৈ গৈছিল অজিত পাৱাৰ।
মহাৰাষ্ট্ৰৰ পৰা বাৰামতীত গৈ থকা অৱস্থাত বাৰামতীত অৱতৰণৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ বিমান দুৰ্ঘটনা।

