কাৰাগাৰৰ পৰা মুক্ত হৈ ছেম ষ্টেফৰ্ডৰ ঘৰত গৈ পঞ্চাশ হাজাৰ টকাৰ সাহাৰ্য্য প্ৰদান অখিল গগৈৰ

কাৰাগাৰৰ পৰা মুক্ত হৈয়ে অখিল গগৈ পোনে পোনে ‘কা’ আন্দোলনৰ প্ৰথমজন শ্বহীদ ছেম ষ্টেফৰ্ডৰ ঘৰত গৈ শ্বহীদজনক সেৱা জনাই বিধায়ক হিচাপে নিজৰ প্ৰথম দৰ্মহাৰ পৰা পৰিয়ালক পঞ্চাশ হাজাৰ টকাৰ এককালীন সাহাৰ্য্য প্ৰদান কৰে ।

Related Articles