আলিয়া ভাট আৰু সিদ্ধাৰ্থ মালহোত্ৰাই ২০১২ চনত একেলগে এখন চিনেমাত বলীউড জগতত প্ৰৱেশ কৰিছিল । সেই ফিল্মখনৰ জৰিয়তে দুয়োৰে মাজত ঘনিষ্ঠততা বৃদ্ধি হৈছিল।

তাৰপিছত দুয়ো গোপনে প্ৰেমৰ সম্পৰ্কত আহিছিল । কিন্তু সিদ্ধাৰ্থ আলিয়াৰ দৰে বলীউড জগতত সফলতা পোৱা নাছিল । লাহে লাহে দূৰত্ব বৃদ্ধি হ’বলৈ ধৰে দুয়োৰে মাজত আৰু প্ৰেমৰ সম্পৰ্কও বিচ্ছেদ হৈ পৰে ।

এতিয়া সিদ্ধাৰ্থ কিয়াৰাৰ সৈতে বিবাহপাশত আৱদ্ধ । আৰু আলিয়া ৰণবীৰৰ পত্নী লগতে এগৰাকী কন্যাৰ মাতৃ ।

