Breaking

হোজাই সাহিত্যত সভা ভৱনত অনুষ্ঠিত সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সন্থা কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ…

0 148

হোজাই সাহিত্য সভা ভৱনত অনুষ্ঠিত হয় সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সন্থা কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহন আৰু প্ৰথমটো কাৰ্য্যনিৰ্বাহক সভা।

অনুষ্ঠানটোত নৱগঠিত সৰ্বমুঠ ৬১ জনীয়া সমিতিয়ে শপত গ্ৰহণ কৰাৰ লগতে বিভিন্ন বিষয়ক লৈ সভাত আলোচনা কৰে।

সভাৰ সিদ্ধান্ত মৰ্মে পূৰ্বৰ চাৰি দফীয়া দাবী সংক্ৰান্তত সন্থাৰ এটা প্ৰতিনিধি দলে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Leave A Reply