অধ্যাপকৰ বিৰুদ্ধে ছাত্ৰীক শ্লীলতাহানিৰ অভিযোগ ! ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি সোণাইৰ MCD কলেজত…

অধ্যাপকৰ বিৰুদ্ধে ছাত্ৰীক শ্লীলতাহানিৰ অভিযোগ। ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি সোণাইৰ MCD কলেজত।

ফাৰ্চী বিভাগৰ মুৰব্বী অধ্যাপক আব্দুল খালিকৰ বিৰুদ্ধে সোচ্চাৰ শিক্ষাৰ্থীসকল।

স্নাতকৰ পঞ্চম ষাণ্মাসিকৰ এগৰাকী ছাত্ৰীক শ্লীলতা হানিৰ অভিযোগ। অভিযুক্ত অধ্যাপকৰ বিৰুদ্ধে অধ্যক্ষই ব্যৱস্থা নোলোৱাত ক্ষোভ ছাত্ৰ সমাজৰ।

Related Articles