March 2, 2021 অপহৃত ২ অভিযন্তাক অচিৰেই মুক্তি দিব আলফাই Share FacebookTwitterWhatsAppTelegramKooEmail কুইপৰ সৈতে আলফা(স্বাঃ)ৰ প্ৰায় বুজাবুজি সম্পন্ন । অপহৃত ২ অভিযন্তাক অচিৰেই মুক্তি দিব আলফাই । চৰ্ত সাপেক্ষে ২ অভিযন্তাক মুক্তি দিব আলফাই । ৫ হাজাৰ যোগ্য অভিযন্তাক নিযুক্তি দিব লাগিব কুইপত । কুইপ কৰ্তৃপক্ষই মানি লৈছে আলফা(স্বাঃ)ৰ এই দাবী । Author: দৈনন্দিন বাৰ্তা Related Articles ‘নিৰ্বাচনী ইস্তাহাৰত জুবিনৰ কথা আনি কংগ্ৰেছে অক্ষমনীয় অপৰাধ কৰিছে’: হিমন্ত বিশ্ব শৰ্মা দৈনন্দিন বাৰ্তা - March 31, 2026 কি হৈছে আমেৰিকাৰ? এইবাৰ পৰোক্ষ আক্ৰমণ … ! দৈনন্দিন বাৰ্তা - March 31, 2026 ৩১টা সংকল্পৰে বিজেপিৰ সংকল্প পত্ৰ মুকলি… দৈনন্দিন বাৰ্তা - March 31, 2026