Breaking

২২ জুনৰ পৰা মা-কামাখ্যা ধামত আৰম্ভ হ’ব অম্বুবাচী মেলা…

0 128

২২ জুনৰ পৰা মা কামাখ্যা ধামত আৰম্ভ হ’ব অম্বুবাচী মেলা।

এইবাৰ অম্বুবাচীৰ প্ৰবৃত্তি ২২ জুনৰ নিশা ২.৩০বাজি ৪২ ছেকেণ্ডত আৰম্ভ হ’ব ।

অম্বুবাচীৰ নিবৃত্তি হ’ব ২৬ জুনত।

২৬ জুনৰ পুৱা পূজাৰ পাছতহে খোলা হ’ব মন্দিৰৰ দুৱাৰ।

নিশা ৯ বজাৰ পাছত ভক্তৰ প্ৰৱেশত বাধা থাকিব কামাখ্যাত।

Leave A Reply