American Airlines: পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনাঃ উৰণৰ সময়তে বিমানত লাগিল জুই !

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে।(American Airlines)

এইবাৰ ঘটনাৰ স্থান হৈছে আমেৰিকা।

এইবাৰ আমেৰিকাৰ এয়াৰলাইঞ্চৰ বিমানত জুই লাগে।

উৰণৰ সময়তে বিমানখনৰ লেণ্ডিং গিয়াৰত জুই লাগে।

ডেনভাৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত সংঘটিত হয় এই ঘটনা।

লগে লগে ৰাণৱেত ৰখাই দিয়া হয় বিমানখনৰ উৰণ।

ক্ৰু মেম্বাৰসহ সৌভাগ্যক্ৰমে জীৱন ৰক্ষা পৰিল ১৭৯গৰাকী যাত্ৰীৰ।

ডেনভা পৰা মিয়ামি অভিমুখী আছিল বয়িং 737 বিমানখন।

লেণ্ডিং গিয়েৰৰ বিজুতি ঘটি জ্বলি উঠিল যাত্ৰীবাহী বিমানখন।

Related Articles