Breaking

প্ৰতিবাদৰ মাজতে আজি সন্ধিয়া গংগা নদীত অলিম্পিক পদক উটুৱাই দিব মল্লযুঁজাৰুসকলে…

0 83

প্ৰতিবাদৰ মাজতে আজি সন্ধিয়া ৬ বজাত গংগা নদীত পদক উটুৱাই দিব মল্লযুঁজাৰুসকলে। যৌন নিৰ্যাতনৰ অভিযুক্ত ডব্লিউ এফ আইৰ মুৰব্বী ব্রিজ ভূষণৰ বিৰুদ্ধে প্ৰতিবাদৰ মাজতে বজৰং পুনিয়াই কয় যে মঙলবাৰে সন্ধিয়া ৬ বজাত হৰিদ্বাৰৰ গংগা নদীত প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলে পদক অলিম্পিক পদক উটুৱাই দিব।

তেওঁ লগতে কয় যে ইণ্ডিয়া গেটত মৃত্যুৰ আগলৈকে ব্ৰত ৰাখিব। দেওবাৰে নতুন সংসদলৈ সমদল উলিয়াই দিল্লী আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ সংঘৰ্ষৰ পিছত এই কথা প্ৰকাশ কৰিছে।

Leave A Reply