আজি পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। (Amit Shah)
বিয়লি ৫ বজাত গুৱাহাটী আহি পাব গৃহমন্ত্ৰীগৰাকী।
নিশা ৮ বজাত গুৱাহাটী পাবহি বিজেপি যুৱমৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্যও।
কাইলৈ যুৱ মৰ্চাই আয়োজন কৰা যুৱ সন্মিলনত ভাগ ল’ব দুয়োগৰাকী নেতাই।
কাইলৈ ১২বজাত প্ৰাগজ্যোতিষ মেডিকেল কলেজৰ শিলান্যাস কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে।

