অযোধ্যাত ১৪.৫ কোটি টকাত ভূমি ক্ৰয় অমিতাভ বচ্চনৰ…

অমিতাভ বচ্চনে অযোধ্যাত ভূমি ক্ৰয় কৰি নিজৰ ঘৰ নিৰ্মাণৰ বাবে আগ্ৰহী। বলীউডৰ অন্যতম প্ৰতিভাৱান অভিনেতা অমিতাভ বচ্চন। অভিনয়ৰ ব্যতিক্ৰমী দক্ষতাৰ উপৰিও বিলাসী জীৱনশৈলীৰ বাবেও তেওঁ পৰিচিত।

সম্পত্তিৰ তালিকাত যোগ দি অমিতাভ বচ্চনে অযোধ্যাৰ ৭ তাৰকাযুক্ত মিশ্ৰিত ব্যৱহাৰৰ এনক্লেভ দ্য সৰয়ুৰ এটা প্লট কিনিলে। ২০২৪ চনৰ ২২ জানুৱাৰীত এই প্ৰকল্পটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হ’ব, যিদিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাত শ্ৰী ৰাম জন্মভূমি মন্দিৰ উদ্বোধন কৰিবলৈ সাজু হৈছে।

Related Articles