October 27, 2023 অসমৰ পৰা দিল্লীলৈ নিয়া হ’ল অমৃত কলহ… Share FacebookTwitterWhatsAppTelegramKooEmail ৫৪০ কলহৰ ২৭০ টা অমৃত কলহ দিল্লীলৈ নিয়া হ’ল৷ আজি পুৱা ৫.৪৫ বজাত ৰাজধানী এক্সপ্ৰেছেৰে নিয়া হ’ল দিল্লীলৈ৷ কাইলৈ দুপৰীয়া দিল্লীত উপস্থিত হ’ব ২৭০জন অমৃত কলহ যাত্ৰী-জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ Author: দৈনন্দিন বাৰ্তা Related Articles মৰিয়নিত ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে ৰাইজৰ দলৰ প্ৰাৰ্থী ড° জ্ঞানশ্ৰী বৰা দৈনন্দিন বাৰ্তা - March 11, 2026 যোৰহাটত ১,৪৮,২৮০ জন ভোটাৰে নিৰ্ণয় কৰিব গৌৰৱ গগৈৰ ভাগ্য । কোন হ’ব বিজেপিৰ প্ৰাৰ্থী ? সৰৱ আলোচনা সমষ্টিত । Gaurav Gogoi দৈনন্দিন বাৰ্তা - March 11, 2026 উদ্বোধন হ’ব যোৰহাটবাসীৰ বহু আকাংক্ষিত এ টি ৰোডৰ উৰণীয়া সেতু , প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামেৰে নামাকৰণৰ আহ্বান ৰাইজৰ ।Jorhat দৈনন্দিন বাৰ্তা - March 11, 2026