July 5, 2024 আজি সাংসদ ৰূপে শপত ল’ব অমৃতপাল সিঙে… Share FacebookTwitterWhatsAppTelegramKooEmail আজি সাংসদ হিচাপে শপত ল’ব অমৃতপাল সিঙে। পুৱতিনিশা ডিব্ৰুগড় কাৰাগাৰৰ পৰা দিল্লীলৈ নিয়া হয় অমৃতপাল সিঙক। শপতগ্ৰহণৰ বাবে ৪ দিন মুকলি আকাশৰ তলত থাকিব অমৃতপাল সিং। শপতগ্ৰহণৰ পিছতে কাৰাগাৰলৈ উভতিব অমৃতপাল। Author: দৈনন্দিন বাৰ্তা Related Articles জুবিনক্ষেত্ৰ পৰিদৰ্শন ১১ জনীয়া কমিটীৰ । zubeen garg দৈনন্দিন বাৰ্তা - March 17, 2026 Himanta Biswa Sarma: ৫২% ভোটাৰে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক দৈনন্দিন বাৰ্তা - March 16, 2026 অসমত মুঠ ভোটাৰৰ সংখ্যা প্ৰায় ২.৫০ কোটি… দৈনন্দিন বাৰ্তা - March 16, 2026