বৰপেটাৰ সৰ্থেবাৰীৰ ১৮ বছৰীয়া যুৱতী নিৰুদ্দেশ…

বৰপেটাৰ সৰ্থেবাৰীৰ ১৮ বছৰীয়া যুৱতী নিৰুদ্দেশ

সৰ্থেবাৰীৰ লছিমা গাঁৱৰ অনিল দাসৰ ছোৱালী বিনু দাস

কিছুদিন পূৰ্বে নিৰুদ্দিষ্ট হৈছিল বিনু দাস

পৰিয়ালৰ লোকে সৰ্থেবাৰী থানাত গোচৰ ৰুজু কৰিছে

এতিয়ালৈকে উদ্বাৰ কৰিব পৰা নাই নিৰুদ্দিষ্ট বিনু দাসক

সম্ভেদ পালে ৯৯৫৪৯২৩১৬৮ নাম্বাৰত যোগাযোগৰ আহ্বান পৰিয়ালৰ

Related Articles