May 6, 2024 আহমেদাবাদৰ বিদ্যালয় কৰ্তৃপক্ষলৈ সন্ত্ৰাসৰ ভাবুকি ভৰা ই-মেইল… Share FacebookTwitterWhatsAppTelegramKooEmail আহমেদাবাদৰ বিদ্যালয়ত সন্ত্ৰাসৰ ভাবুকি। বিদ্যালয় কৰ্তৃপক্ষলৈ ভাবুকি ভৰা ই-মেইল। দিল্লী পাব্লিক স্কুল আৰু আনন্দ নিকেতনক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি। তদন্তৰ বাবে বিদ্যালয়ত উপস্থিত আৰক্ষী আৰু বোমা বিশেষজ্ঞৰ দল। Author: দৈনন্দিন বাৰ্তা Related Articles ৬ দিনতেই ১০ লাখৰো অধিক লোকৰ অংশগ্ৰহণেৰে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’; অসমজুৰি ধ্বনি— “আহিছে আহিছে হিমন্ত আহিছে” । CMO ASSAM দৈনন্দিন বাৰ্তা - March 7, 2026 গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্ধোধন দৈনন্দিন বাৰ্তা - February 25, 2026 উজনি অসমত এইবাৰ ৰাজ-মিস্ত্ৰীৰ ৰূপত মিঞা চোৰ দৈনন্দিন বাৰ্তা - February 25, 2026