Breaking

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত গৰু দান কৰি বিস্কুট বিতৰণ কৰে এজন ইছলাম ধৰ্মালম্বী লোকে…

0 49

ঈদৰ এটা দিন অতিবাহিত হোৱাৰ পাছতে ঐতিহাসিক শিৱদৌলত ইছলাম ধৰ্মালম্বী লোকে বিস্কুটক আগবঢ়াই দাঙি ধৰিলে সম্প্ৰীতিৰ নিদৰ্শন। উজনি অসমত এতিয়াও ম্লান পৰা নাই সম্প্ৰীতিৰ নিদৰ্শন | শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত এজন ইছলাম ধৰ্মালম্বী লোক | হিন্দু নতুবা মুছলমান অথবা জাতিগত ভেদ ভাৱেৰে কোনো লোকৰে পৰিচয় নাই এইখন শিৱসাগৰত | ঈদৰ এটা দিন অতিবাহিত হোৱাৰ পাছতে ঐতিহাসিক শিৱদৌলত এজন ইছলাম ধৰ্মালম্বী লোকে বিস্কুট আগবঢ়াই দাঙি ধৰিলে সম্প্ৰীতিৰ নিদৰ্শন |

নাম তেওঁৰ খলিলুল ৰহমান হাজৰিকা | লোক জনে শিৱদৌলত দান কৰিলে নিজা পোহনীয়া গৰু | পুনৰ উজনি অসমৰ এই খন শিৱসাগৰ আৰু ঐতিহাসিক শিৱদৌলত খলিলুল ৰহমান হাজৰিকা নামৰ লোক জনে ডাঙি ধৰিলে সম্প্ৰীতিৰ নিদৰ্শন | খলিলুল ৰহমান হাজৰিকাৰ মহানুভৱতাক লৈ শিৱদৌলৰ পূজাৰী গৰাকীও তেখেতক জনালে কৃতজ্ঞতা । এতিয়া এই গৰাকী লোক সকলোৰে চৰ্চাত, তেওঁৰ কৰ্ম হৈ পৰক সকলোৰে আদৰ্শ ।

Leave A Reply