Breaking

মৰিগাঁৱৰ মাজমজিয়াত স্কুটী আৰু ট্ৰাকৰ মুখামুখি সংঘর্ষ, থিতাতে নিহত এজন অচিনাক্ত ব্যক্তি

0 42

বৃহস্পতিবাৰে আবেলি প্রায় ৪ বজাত মৰিগাঁও মাজমজিয়াত স্কুটী আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

এই সংঘৰ্ষৰ ফলত স্কুটী চালক গৰাকী থিতাতে নিহত হয়। স্কুটীখনৰ নম্বৰ AS 21 D 1548 বুলি জানিব পৰা গৈছে।

পৰৱৰ্তী সময়ত মৰিগাঁও যান বাহন আৰক্ষীয়ে মৃতদেহটো মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Leave A Reply