August 24, 2023 আনন্দৰাম বৰুৱা বঁটা প্ৰাপক ড° ভদন্ত শাসনবংশ মহাথেৰৰ দেহাৱসান… Share FacebookTwitterWhatsAppTelegramKooEmail বৌদ্ধ সাহিত্যৰ শিৰোমণি, সাহিত্যিক পেঞ্চনাৰ, আনন্দৰাম বৰুৱা বঁটা প্ৰাপক ড° ভদন্ত শাসনবংশ মহাথেৰৰ দেহাৱসান। ৯৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে । নিশা ১.৭ বজাত জন্মস্থান চলাপথাৰ শ্যাম গাঁৱত মৃত্যু। Author: দৈনন্দিন বাৰ্তা Related Articles কৃত্ৰিম বানত বুৰিল গুৱাহাটীঃ জিলা আয়ুক্তৰ জৰুৰী নিৰ্দেশনাত সোমবাৰে সকলো শিক্ষানুষ্ঠান বন্ধ দৈনন্দিন বাৰ্তা - April 20, 2026 হৰমুজ প্ৰণালীৰ সমীপত ভাৰতীয় জাহাজত আক্ৰমণৰ পাছত ইৰাণৰ প্ৰতিক্ৰিয়া, “ভাৰত-ইৰাণ সম্পৰ্ক অত্যন্ত সুদৃঢ়” দৈনন্দিন বাৰ্তা - April 19, 2026 ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ’ব সুৰৰ সম্ৰাজ্ঞী Asha Bhosleৰ শেষকৃত্য দৈনন্দিন বাৰ্তা - April 13, 2026