Breaking

তামুলপুৰত মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীক আনন্দৰাম বঁটা প্ৰদান…

0 38

তামুলপুৰত মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীক আনন্দৰাম বঁটা প্ৰদান।

তামুলপুৰ আঞ্চলিক দূৰ্গা মন্দিৰ সভাগৃহত আজি অসম চৰকাৰৰ মেধাৱী ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উত্তৰণৰ বাবে আনন্দৰাম বঁটা প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰে।

আজিৰ এই বঁটা প্ৰদান কাৰ্যসূচীত ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰপ্ৰাপ্ত তামুলপুৰ জিলাৰ ৩৫৮ গৰাকী ছাত্ৰ ছাত্ৰীক ১৫ হাজাৰ টকাৰ আনুষ্ঠানিক ভাবে চেক সমূহ প্ৰদান কৰা হয়।‌

চেক বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে বি টি আৰৰ কাৰ্যবাহী সদস্য নিলুুত স্বৰ্গীয়াৰী উপস্থিত থকাৰ লগতে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, বিটিআৰৰ এমচিএলএ হেমন্ত কুমাৰ ৰাভা, তামুলপুৰ জিলাৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, অতিৰিক্ত আয়ুক্ত কোকিলা গগৈ, ৰুনাভ ৰামচিয়াৰীৰ সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে

Leave A Reply