Breaking

অংগনৱাদী কৰ্মী মইনা দাসৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

0 2,046

লামডিং প্ৰতিবেদক: উল্লেখযোগ্য যে হোজাই জিলাৰ অন্তৰ্গত বৰদলং পঞ্চায়তৰ 5 নং ৱাৰ্ডৰ 91 নং অংগণবাদী কেন্দ্ৰৰ কৰ্মী ময়না দাস কেন্দ্ৰটোৰ মধ্যাহ্ন ভোজনৰ চাউল মটৰ আদি কৰি কণ কণ ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ নকৰাকলৈ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজৰ লগত অভিবাবক সহ কেন্দ্ৰ পৰিচালনা সমিতিৰ সভাপতি ডিগেন্দ্ৰ মালাকৰ।স্থানীয় ৰাইজৰ অভিযোগ যে কৰ্মী মইনা দাসে অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ দ্বাৰা কেন্দ্ৰলৈ ৰূপায়ন কৰা খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি শিশু সকল বহি পুস্থক আৰু খেলা দুলাৰ সামগ্ৰী আত্মসাত কৰি আহিছে বুলি তীব্র অভিযোগ কৰে ।লগতে কয় যে কেন্দ্ৰত কৰ্মী জনী বছৰটোত মাতৃ কেইটা মান দিন উপস্থিত থাকি বাকী দিন বোৰ সহায়িকাৰ দ্বাৰা কেন্দ্ৰত কোনোমতে পাঠ দান কাৰ্য্য চলাই যায়। অকল এয়াই নহয় কৰ্মী মইনা দাসে কেন্দ্ৰত ৰূপায়ন কৰা সমগ্ৰীবোৰ নিজ ঘৰলৈ লৈ যায় আৰু আত্মসাত কৰাৰ ঘটনা পোহৰলৈ আনে স্থানীয় ৰাইজৰ লগতে শিশু সকলৰ অভিভাৱকে।

Leave A Reply