২০২৫ বৰ্ষৰ অস্কাৰ বঁটা ঘোষণা কৰা হ’ল।(Oscars 2025)
শ্ৰেষ্ঠ অভিনেতাৰ বঁটা এড্ৰিয়ান ব্ৰডীলৈ।
শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা মিকি মেডিচনলৈ।
২০২৫ চনৰ অস্কাৰত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিলে‘ANORA’ই।
শ্রেষ্ঠ সম্পাদনাৰ শাখাতো নির্বাচিত ‘ANORA’।
৯৭ সংখ্যক একাডেমী বঁটাত ‘শ্ৰেষ্ঠ ছবি’ৰ বাবে অস্কাৰ লাভ কৰিবলৈ সক্ষম ‘অনোৰা’।
ছবিখনৰ পৰিচালক শ্বেন বেকাৰে শ্ৰেষ্ঠ পৰিচালনা শাখাত বিজয়ী হয়।
‘অনোৰা’ৰ কাহিনীভাগ নিউয়ৰ্কৰ এগৰাকী বিদেশী নৃত্যশিল্পীয়ে এজন ধনী ৰাছিয়ান প্লেবয়ক বিয়া কৰাইছে, মাথোঁ গম পায় যে তেওঁৰ সপোনৰ বিয়াখন এক দুঃস্বপ্ন ভ্ৰম।
৯৭ সংখ্যক একাডেমী বঁটাত পাঁচটা শাখাত জয়লাভ কৰে ছবিখনে।