Breaking

অসম সন্তান ৰিয়ান পৰাগৰ আন এক কৃতিত্ব

0 1,307

অসম সন্তান ৰিয়ান পৰাগৰ আন এক কৃতিত্ব

IPLৰ এটা ছিজনত সৰ্বাধিক বল কেটছ কৰি ভাৰতীয় খেলুৱৈৰূপে অভিলেখ ৰিয়ান পৰাগৰ

১৪ টা কেটছ ধৰি ভংগ কৰিলে ৰবিন্দ্ৰ জাদেজাৰ অনন্য অভিলেখ

বৰ্তমান ৰাজস্থান ৰয়েলছৰ হৈ আই পি এলৰ পথাৰত খেলি আছে ৰিয়ানে

শুক্ৰবাৰে নিশাৰ খেলত ১৪ সংখ্যক বল কেটছ কৰি ৰেকৰ্ড গঢ়িলে ৰিয়ানে

যি ৰেকৰ্ড পূৰ্বে ৰবিন্দ্ৰ জাদেজাৰ নামত আছিল

জাদেজাই ২০১৫ আৰু ২১ত ১৩ টা বল কেটছ কৰি উইকেট দখল কৰি ৰেকৰ্ড গঢ়িছিল

এতিয়া সবাতোকৈ অধিক বল কেটছ কৰা ভাৰতীয় সকলৰ ভিতৰত তালিকাৰ শীৰ্ষত উপনীত হৈছে ৰিয়ান পৰাগ

Leave A Reply