কানাডাত আৰু এজন খালিস্তানপন্থী গেংষ্টাৰক গুলীয়াই হত্যা ! হত্যাৰ বলি গেংষ্টাৰ সুখদৌল সিং… মৃত্যু By দৈনন্দিন বাৰ্তা Last updated Sep 21, 2023 0 30 Share কানাডাত আৰু এজন খালিস্তানপন্থী গেংষ্টাৰক গুলীয়াই হত্যা৷ হত্যাৰ বলি গেংষ্টাৰ সুখদৌল সিং ৷ সুখদৌলৰ পঞ্জাবৰ ঘৰত চলি আছিল আৰক্ষীৰ তালাচী৷ অমৃতসৰৰ মোগাত সুখদৌলৰ ঘৰত চলি আছে তালাচী৷ তাৰ মাজতে সুখদৌলক গুলীয়াই হত্যা ৱিনীপেগ চহৰত৷ CanadaDEATH 0 30 Share