পাৱাৰ উইদাৰ ক্ৰয়ৰ নামত ৰাজ্যত আন এক ভয়ংকৰ কেলেংকাৰি
কেলেংকাৰিৰ মূল খলনায়ক IAS আশীষ ভূটানী

ছুকুন নামৰ হাৰিয়ানাৰ এটা কোম্পানীক ঠিকা দিয়াৰ অভিসন্ধি
১৫ হাজাৰ টকীয়া উইদাৰ ১ লাখ ৮০ হাজাৰ টকাত ক্ৰয় কৰাৰ ফন্দি
নির্দিষ্ট ঠিকাদাৰক ঠিকা দিয়াৰ ষড়যন্ত্ৰ আশীষ ভূটানীৰ

ষড়যন্ত্ৰ কৰি কোটি কোটি চৰকাৰী ধন লুটপাটৰ ফন্দি
বেটেৰীচালিত উইদাৰ দিয়াৰ গইনা লৈ ৰচিছে নাটক