January 25, 2024 অসম-অৰুণাচল সীমান্তৰ স্পৰ্শকাতৰ অঞ্চলত উগ্ৰপন্থীবিৰোধী অভিযান… Share FacebookTwitterWhatsAppTelegramKooEmail গণৰাজ্য দিৱসক লৈ উজনিত কটকটীয়া নিৰাপত্তা । অসম-অৰুণাচল সীমান্তৰ স্পৰ্শকাতৰ অঞ্চলত উগ্ৰপন্থীবিৰোধী অভিযান। উগ্ৰপন্থীৰ কূটাঘাত ৰুধিবলৈ তিনিচুকীয়াত সেনা-আৰক্ষীৰ সঞ্চালন। জিলাখনৰ প্ৰত্যেকখন বনাঞ্চলতে সঞ্চালন সেনা-আৰক্ষী। Author: দৈনন্দিন বাৰ্তা Related Articles যোৰহাট জিলাত কি হ’ব ৰাজনৈতিক সমীকৰণ : নৱ প্ৰজন্মক বিছাৰিছে ভোটাৰে দৈনন্দিন বাৰ্তা - January 28, 2026 শংকৰজ্যোতি বৰুৱা সহ আছু , আছা , আটছাৰ একাধিক নেতাৰ বিজেপিত যোগদান দৈনন্দিন বাৰ্তা - January 24, 2026 কংগ্ৰেছ নেতাৰ ছত্ৰছায়াত লখিমপুৰত বাংলাদেশী নাগৰিকৰ আগ্ৰাসনৰ অভিযোগ দৈনন্দিন বাৰ্তা - January 24, 2026