November 7, 2023 চৰাইদেউ জিলাৰ মথুৰাপুৰৰ নিবাসী,ধৰ্মপ্ৰাণা মহিলা অণু বৰঠাকুৰৰ দেহাৱসান… Share FacebookTwitterWhatsAppTelegramKooEmail চৰাইদেউ জিলাৰ মথুৰাপুৰৰ নিবাসী,ধৰ্মপ্ৰাণা মহিলা অণু বৰঠাকুৰ আৰু নাই। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছেল ৯২ বছৰ। সকলোকে শোকৰ সাগৰত পেলাই সোমবাৰে নিশা প্ৰায় ১০-০০ বজাত অণু বৰঠাকুৰে শেষ নিশ্বাস ত্যাগ কৰে। Author: দৈনন্দিন বাৰ্তা Related Articles ক্ৰমাৎ সুস্থ হৈছে ৰোজ খানৰ নৃশংস আক্ৰমণৰ বলি হোৱা মৃদুমুদ্ৰা; GMCHৰ অধীক্ষকে দিলে গুৰুত্বপূৰ্ণ আপডেট দৈনন্দিন বাৰ্তা - June 3, 2026 ক’লা মনোকিনিত পুলত চিল কৰিলে প্ৰিয়ংকা চোপ্ৰা, ভাইৰেল গ্লেমাৰাছ ফটো; অনুৰাগীৰ মন্তব্য—‘ৰাণী’ । Priyanka Chopra দৈনন্দিন বাৰ্তা - June 1, 2026 এই কাম নকৰিলে অসম চৰকাৰৰ কৰ্মচাৰীৰ কৰ্তন হ’ব দৰমহা! Himanta Biswa Sarma: দৈনন্দিন বাৰ্তা - May 20, 2026