বিদ্যুৎ গ্ৰাহকলৈ জৰুৰী খবৰ।(APDCL)
৩৬ ঘণ্টাৰ বাবে বন্ধ থাকিব APDCLৰ প’ৰ্টেল।
বন্ধ থাকিব MyBijulee, BijuleeBandhu, EasyPay, ARMS।

২৮ ফেব্ৰুৱাৰীৰ নিশা ৯ বজাৰ পৰা ২ মাৰ্চৰ পুৱা ৯ বজালৈকে থাকিব বন্ধ।
কাৰিকৰী কাৰণত ৩৬ ঘণ্টাৰ বাবে বন্ধ থাকিব পর্টেল।
প্রিপেইড গ্রাহকক BALANCE MAINTAIN কৰিবলৈ আহ্বান।
APDCLৰ গুৰুত্বপূৰ্ণ জাননী।
আজিয়েই মিটাৰ ৰিচাৰ্জ কৰি লওক।

