February 9, 2021 যোৰহাট-মাজুলী সংযোগী নতুন দলং নিৰ্মাণত অনুমোদন Share FacebookTwitterWhatsAppTelegramKooEmail যোৰহাট-মাজুলী সংযোগী নতুন দলং নিৰ্মাণত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে অনুমোদন জনাইছে। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই কথা প্ৰকাশ কৰি কয় যে ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন ৪ বছৰত সম্পূৰ্ণ কৰা হ’ব। Author: দৈনন্দিন বাৰ্তা Related Articles সোণাপুৰৰ জুবিন ক্ষেত্ৰত শিৱ সাধক লেখক পৰশুৰাম কাকতিৰ গ্ৰন্থ উন্মোচন দৈনন্দিন বাৰ্তা - February 2, 2026 অসম বাৰ্তাজীবী সংঘৰ সাংগঠনিক নিৰ্বাচন সম্পন্ন , ‘মধুসূদন মেধি সভাপতি, অঞ্জন কুমাৰ শৰ্মা সাধাৰণ সম্পাদক নিৰ্বাচিত’ দৈনন্দিন বাৰ্তা - February 2, 2026 শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ তিতাবৰ জিলা শাখাৰ ত্ৰয়োবিংশতি সংখ্যক বাৰ্ষিক অধিৱেশনৰ সামৰণি নিজম পৰিল তিতাবৰৰ ৰজাবাহৰৰ সোণাধৰ ৰাজখোৱা আৰু টেপুৰাম কৃষ্ণ দাস সমন্বয় ক্ষেত্ৰ দৈনন্দিন বাৰ্তা - February 2, 2026