May 21, 2024 APSCৰ মূল পৰীক্ষাৰ দিন ঘোষণা… Share FacebookTwitterWhatsAppTelegramKooEmail ঘোষণা হ’ল APSCৰ মূল পৰীক্ষাৰ দিন। ২৬,২৭ আৰু ২৮ জুলাইত অনুষ্ঠিত হ’ব APSC Main পৰীক্ষা। APSCৰ সচিবে জাননীযোগে প্রকাশ কৰিলে এই তথ্য। Author: দৈনন্দিন বাৰ্তা Related Articles নীলাচল জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থীৰে মুখামুখি অনুষ্ঠানত পৰেশ বৈশ্যঃ ডাটা আৰু দক্ষতাহে হ’ব জীৱন-জীৱিকাৰ মাপকাঠী দৈনন্দিন বাৰ্তা - August 21, 2026 দৈনন্দিন বাৰ্তা কাকতৰ মুখ্য সম্পাদক ড° নৰেন হাজৰিকাক সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান দৈনন্দিন বাৰ্তা - August 19, 2026 স্বাধীনতা দিৱস উপলক্ষে লায়ন্স ক্লাব অৱ গুৱাহাটী প্ৰাইডৰ উদ্যোগত পতাকা উত্তোলন আৰু বৃক্ষৰোপণ কাৰ্যসূচী । Gauhati , Lions Club দৈনন্দিন বাৰ্তা - August 16, 2026