চমকং পাগৰ’ গাঁৱৰ দিব্য দ্বাৰিক,চমকং ডাম্বুক গাঁৱৰ নিবাসী বিদ্যাধৰ চাহৰ, মিপুন পাগৰ’ গাঁৱৰ নিবাসী শশীধৰ মিপুন পাগৰ’ৰ পৰা প্ৰায় ৩.৭৫ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰা হয়।

চমকং পাগৰ’ গাঁৱৰ তদাৰকী সমিতিয়ে পূৰ্বৰ পৰা ড্ৰাগছ যোগান ধৰি অহা চমকং পাগৰ’ গাঁৱৰ দিব্যধৰ দ্বাৰিকে ড্ৰাগছ সৰবৰাহ কৰিবলৈ লোৱা প্ৰত্যক্ষ কৰে।

লগে লগে সমিতিৰ বিষয়ববীয়া সকলে হাতেলোতে ড্ৰাগছসহ আটাইকেইগৰাকী ড্ৰাগছ সৰবৰাহকাৰী আৰু সেৱনকাৰীক আটক কৰি চিমেন চাপৰি আৰক্ষীক খবৰ দি চমজাই দিয়ে।
শম্ভু দাস চিলাপথাৰ
ধেমাজি

