৫৪ বছৰৰ পাছত জোনবাইৰ দেশত সফল অভিযান।
১০ দিনীয়া যাত্ৰা সামৰি পৃথিৱীলৈ উভতিল ৪ মহাকাশচাৰী।
চন্দ্ৰত প্ৰদক্ষিন কৰি পৃথিৱীলৈ উভতিল নাছাৰ আৰ্টিমিছ-২ মিছন।
প্ৰশান্ত মহাসাগৰত পুৱা স্প্লেছ ডাউন কৰে আৰ্টিমিছ-২ৰ পৰা উভতি অহা মহাকাশচাৰীসকলৰ যানখন।
বিগত ১০ দিনত চন্দ্ৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰি প্ৰেৰণ কৰিছিল বহু ফটোগ্ৰাফ।

