কৃত্ৰিম বান গুৱাহাটীৰ বাবে নতুন কথা নহয়।

ৰাতিৰে পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ চানমাৰিৰ লগতে হাতীগাঁৱ আৰু আন কিছু কিছু ঠাইতো কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে।

এই দৃশ্য হৈছে চানমাৰিৰ।

কৃত্ৰিম বানৰ ফলত এতিয়া যথেষ্ট অসুবিধা সন্মুখীন হ’বলগীয়া হৈছে ৰাইজ।
সৃষ্টি হৈছে তীব্ৰ যানজঁটৰ।

