প্ৰচণ্ড বৰষুণৰ পিছতেই মহানগৰীৰ ভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সৃষ্টি।(Artificial Floods)
পুনৰ কৃত্ৰিম বানৰ বাবে বিপদত পৰিছে মহানগৰবাসী।
গুৱাহাটী মহানগৰীত পুৱাই বতাহ-বৰষুণৰ সৃষ্টি হয়।
পুৱা হঠাতে আন্ধাৰ হৈ পৰিছিল সমগ্ৰ মহানগৰী।
গুৱাহাটীৰ লগতে নামনি অসমৰো বিভিন্ন প্ৰান্তত হয় ধুমুহা-বৰষুণ।
এজাক বৰষুণতে চানমাৰি, অনিল নগল, নবীন নগৰ, বেলতলা, হাতীগাঁৱত কৃত্ৰিম বানৰ সৃষ্টি হয়।