লখিমপুৰত দুৰ্ঘটনাত পতিত অৰুণাচলৰ স্বাস্থ্যমন্ত্ৰী…

লখিমপুৰত দুৰ্ঘটনাত পতিত অৰুণাচলৰ স্বাস্থ্যমন্ত্ৰী।

লখিমপুৰৰ লালুকৰ পুখুৰীয়াত এছ পি আনন্দ মিশ্ৰৰ এচকৰ্টত খুন্দিয়ালে মন্ত্ৰীৰ বাহনে।

কথমপি প্ৰাণৰক্ষা অৰুণাচলৰ স্বাস্থ্যমন্ত্ৰী আলো লিবাঙৰ।

পাছিঘাটৰ পৰা লখিমপুৰ হৈ ইটানগৰলৈ গৈ আছিল মন্ত্ৰীগৰাকী।

Related Articles