Arvind Kejriwal: নতুন দিল্লী সমষ্টিৰ পৰা অৰবিন্দ কেজৰিৱালৰ পৰাজয়

দিল্লী বিধানসভা নির্বাচন ২০২৫ৰ ফলাফল-(Arvind Kejriwal)

নতুন দিল্লী সমষ্টিৰ পৰা অৰবিন্দ কেজৰিৱালৰ পৰাজয়।

বিজেপি প্ৰাৰ্থী প্ৰবেশ বৰ্মাৰ বিৰুদ্ধে পৰাজয় দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।

১৮৪৬টা ভোটৰ ব্যৱধানত পৰাস্ত কেজৰিৱালৰ।

Related Articles