June 21, 2024 আজি জামিন লাভ নকৰে অৰবিন্দ কেজৰিৱালে! Share FacebookTwitterWhatsAppTelegramKooEmail অৰবিন্দ কেজৰিৱালৰ জামিনত স্থগিতাদেশ। কেজৰিৱালৰ জামিন মঞ্জুৰ কৰাক লৈ দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ED। আজি মুকলি আকাশৰ তললৈ অহাৰ কথা আছিল কেজৰিৱাল। দিল্লীৰ সুৰানীতি কেলেংকাৰিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী। Related Articles বিশ্ব উন্নয়নত ব্ৰিকছৰ সৈতে একত্ৰিতভাৱে আগবাঢ়িব ভাৰত: মোদী Brics Summit 2025 দৈনন্দিন বাৰ্তা - July 7, 2025 Elon Musk: ইলন মাস্কৰ নতুন ৰাজনৈতিক দল ‘আমেৰিকান পাৰ্টি’ৰ ঘোষণা দৈনন্দিন বাৰ্তা - July 6, 2025 Texas flood: আমেৰিকাত বানৰ সংহাৰী ৰূপ, ৫০ গৰাকীৰ মৃত্যু দৈনন্দিন বাৰ্তা - July 6, 2025