Breaking

ঘোচ দিবলৈ আহি গ্ৰেপ্তাৰ নগাঁৱৰ এ এছ আই

0 117

পোষ্টিং বিচাৰি এইবাৰ আৰক্ষীয়ে আৰক্ষীক দিলে ধনৰ টোপোলা।ঘোচ দিবলৈ আহি গ্ৰেপ্তাৰ নগাঁৱৰ এ এছ আই।থানাত পোষ্টিং বিচাৰি ঘোচ দিবলৈ আহি গ্ৰেপ্তাৰ নগাঁৱৰ এ এছ আই আব্দুল মতলিব।

নগাঁৱৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ঘটিছে এই ঘটনা৷ পূৰ্বে আব্দুল মুতলিব ৰিৰ্জাভ ক্লজ হৈ আছিল৷থানাত মকৰল বিছাৰি মতলিবে নগাঁও সদৰ ডি এছ পি ত্ৰিদিপ কুম্বাঙক আগবঢ়াইছিল ধনৰ টোপোলা৷

এ এছ আই আব্দুল মুতলিবে দহ হাজাৰ টকা উপঢৌকন আগবঢ়োৱাৰ পিছতে ডি এছ পি কুম্বাঙে তেওঁক গ্ৰেপ্তাৰ কৰে৷

Leave A Reply