হাজোৰ বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ অধ্যক্ষক অপসাৰণ। অধ্যক্ষ অসিত কুমাৰ পালক DDO পদৰ পৰা অপসাৰণ।

অধ্যক্ষ পদৰ পৰাও অব্যাহতি অসিত কুমাৰ পালক। অসিত কুমাৰ পালৰ বিৰুদ্ধে আছে বিত্তীয় অনিয়মৰ অভিযোগ।

APLৰ ছাত্ৰ-ছাত্ৰীক BPL হিচাপে দেখুৱাইছিল অসিত পালে। BPLৰ নামত নামভৰ্তি কৰি চলাইছিল ধন লুণ্ঠন। মহাবিদ্যালয়ৰ গৃহ নিৰ্মাণৰ পুঁজিও আত্মসাৎ কৰিছিল অসিত কুমাৰ পালে।

