assam

Historical and Mythological Aspects: অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমেৰে স্বৰ্ণ পদক অৰ্জন ড° ৰাজলক্ষ্মী বসুমতাৰীৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, জামুগুৰিহাট, ১০ এপ্ৰিল: শিক্ষকতা পবিত্ৰ বৃত্তি।(Historical and Mythological Aspects) এগৰাকী সফল শিক্ষক হ'বৰ বাবে অতিকৈ প্ৰয়োজন নিয়মানুৱৰ্তিতা আৰু বিষয়ৰ ওপৰত অধ্যয়ন।

Youth Award Honors:যুৱ সাহিত্যিক পাপৰি বৰ্মনলৈ ৰাষ্ট্ৰীয় বটাঁ

দৈনন্দিনবাৰ্তাৰ সেৱা, পশ্চিম নলবাৰী, ৯ এপ্ৰিল: পশ্চিম নলবাৰী অঞ্চলৰ চামতাৰ সন্তান তথা অসমীয়া সাহিত্য জগতৰ তৰুণ গল্পকাৰ পাপৰি বৰ্মনলৈ এইবাৰ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰীয় সন্মান(Youth Award Honors)।

Chutia Jati Sammelan:১০ এপ্ৰিলত ঢকুৱাখনাত সদৌ চুতীয়া জাতি সন্মিলন অসমৰ শততম প্ৰতিষ্ঠা দিৱস

দৈনন্দিন বাৰ্তাৰ সেৱা, ঢকুৱাখনা, ৯ এপ্ৰিল : অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ পৱিত্ৰ মঞ্চ ১৯২৫ চনৰ ১০ এপ্ৰিলত প্রতিষ্ঠা লাভ কৰা সদৌ চুতীয়া জাতি সন্মিলন(Chutia Jati Sammelan), অসমে ১০ এপ্রিল, ২০২৫ তাৰিখে শতবর্ষ সম্পূৰ্ণ কৰিছে।

25th Convocation of AAU:অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫সংখ্যক সমাৱৰ্তন

জলবায়ু পৰিৱৰ্তন কৃষিৰ বাবে এক গুৰুতৰ সমস্যা।বৰ্ধিত উষ্ণতা, অস্বাভাৱিক বৰষুণ(Unusual rainfall), খৰাং, বানপানী আৰু ধুমুহাই আমাৰ কৃষি ব্যৱস্থাত ব্যাঘাত জন্মায়।(25th Convocation of AAU) ইয়াৰ ফলত খাদ্য সুৰক্ষাই প্ৰভাৱিত হোৱাই নহয়, কৃষিৰ ওপৰত নিৰ্ভৰশীল লাখ লাখ লোকৰ জীৱিকাৰ ওপৰতো প্ৰভাৱ পৰিছে।

Panchayat Elections 2025:একেখন নাৱৰ যাত্ৰী হোৱাৰ সংকল্প ল’লে বিজেপি-অগপৰ বিধায়কে 

দৈনন্দিন বাৰ্তাৰ সেৱা, ডিব্ৰুগড়, ৯ এপ্ৰিল: সমাগত পঞ্চায়ত নিৰ্বাচনক(Panchayat Elections 2025) লৈ শাসক বিৰোধী সকলো ৰাজনৈতিক দলে কঁকালত টঙালী বান্ধিছে।(BJP- AGP) কিয়নো পঞ্চায়ত নিৰ্বাচনৰ পাছতে ২৬ৰ বিধানসভা নিৰ্বাচন।

Popular