assam

Assam Girls Football Team:অসম ছোৱালী ফুটবল দলৰ কৰ্ণাটকক ২-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি অভিযান আৰম্ভ

দৈনন্দিন বাৰ্তাৰ ক্ৰীড়া প্ৰতিবেদক, গোগামুখ, ৯ এপ্ৰিলঃ  গোৱাৰ ওটৰদাত অনুষ্ঠিত হোৱা  ড্ৰীম  স্প’ৰ্ট ছোৱালীৰ ১৭ বছৰ  অনুৰ্ধ্ব ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বপত অসমৰ ছোৱালী ফুটবল দলে(Assam Girls Football Team) অগ্ৰগতি লাভ কৰিছে৷(National Football Championship)

Dhakuakhana Press Guild:ঢকুৱাখনা প্ৰেছ গীল্ডৰ ২৩সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

দৈনন্দিন বাৰ্তাৰ সেৱা, ঢকুৱাখনা, ৯ এপ্ৰিল: ঢকুৱাখনাৰ সংবাদ কৰ্মী আৰু সাংবাদিকসকলৰ উমৈহতীয়া মঞ্চ প্ৰেছ গীল্ড ঢকুৱাখনাই(Dhakuakhana Press Guild) গতিপথত ২৩টা বর্ষত প্ৰদাৰ্পণ কৰিলে। ঢকুৱাখনা...

Bihu Suraksha Samiti:বিহু সুৰক্ষা সমিতিৰ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় পূৰ্ণকালীন গোৰেশ্বৰ অধিৱেশন

দৈনন্দিন বাৰ্তাৰ সেৱা, দৰং, ২৯ মাৰ্চঃ গোৰেশ্বৰত অনুষ্ঠিত হোৱা বিহু সুৰক্ষা সমিতি(Bihu Suraksha Samiti) অসমৰ সপ্তম দ্বি-বাৰ্ষিক কেন্দ্ৰীয় পূৰ্ণকালীন অধিবেশনৰ ২৯ মাৰ্চত ৫ বজাত জাগৰন কাৰ্যসুচীৰে অনুষ্ঠিত হোৱা তিনিদিনীয়াকৈ অনুষ্ঠিত  কৰা অধিৱেশনৰ আৰম্ভ হয়৷

Rangali Bihu festival:এক ব’হাগত বংশৰ ৰঙালী বিহু সন্মিলন 

দৈনন্দিন বাৰ্তা সেৱা, দদৰা, ২৯ মাৰ্চ: সদৌ বংশৰ ৰঙালী বিহু সন্মিলনৰ(Rangali Bihu festival) ৫৫ সংখ্যক ৰঙালী বিহু সন্মিলন এইবেলি অহা এক বহাগত ৫৫খন পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰিব।(Assamese New Year)

Sonapur:সোণাপুৰ কঁপালে সহস্ৰাধিক লোকে, প্ৰশাসনৰ জাননীক কেন্দ্ৰ কৰি বিশাল ৰাজহুৱা সভা

সোণাপুৰ, ২9  মাৰ্চ: তেজ দিম মাটি নিদিওঁ, ডিগাৰু এয়াৰ ফ'ৰ্চ  মুৰ্দাবাদ, এয়াৰ ফৰ্চৰ দপদপনি নচলি আদি শ্লোগানেৰে সোণাপুৰ (Sonapur) উত্তাল কৰি তোলে৷ সোণাপুৰৰ মাজমজিয়াত স্থাপিত...

Popular