assam

Juri Borah Borgohain:এগৰাকী অনুবাদকে উপন্যাস লিখাটো বৰ ভাল কামঃ জুৰী বৰা বৰগোহাঞি

ডিব্ৰুগড় গ্ৰন্থমেলা প্ৰাংগনত বৃহস্পতিবাৰে ড° জুনু মহন্তৰ উপন্যাস ভূৱনেশ্বৰী উন্মোচন কৰা হয়। ডিব্ৰুগড় লেখিকা সমাৰোহৰ আয়োজনত অনুষ্ঠিত হোৱা সাহিত্য অনুস্থানত অনুবাদক, গল্পকাৰ, অধ্যাপিকা ড° জুনু মহন্তৰ প্ৰথম উপন্যাস উন্মোচন কৰে উপন্যাসিক জুৰী বৰা বৰগোহাঞিয়ে(Juri Borah Borgohain)।

Snowfall in Odisha:অভূতপূৰ্ব ঘটনাঃ শীতপ্ৰবাহে কাবু কৰা ওড়িশাত হিমপাত!

দেশৰ কেইবাখনো ৰাজ্যত এতিয়া শীতপ্ৰবাহে(Snowfall in Odisha) সংহাৰৰ সৃষ্টি কৰিছে। ইয়াৰ পৰা হাত সাৰিব পৰা নাই ওড়িশাও(Orissa)। ওড়িশাত শেহতীয়াকৈ বহু ঠাইৰ পৰা আহিছে হিমপাতৰ ঘটনাৰ খবৰ।

Warning To Stone-Pelters:হিন্দু শোভাযাত্ৰা পাৰ হ’লেই সমস্যা আৰম্ভ হয়…

উত্তৰ প্ৰদেশত শেহতীয়াকৈ হিন্দু লোকৰ ধৰ্মীয় শোভাযাত্ৰাৰ সময়ত দুৰ্বৃত্তই শিলগুটি নিক্ষেপ(Warning To Stone-Pelters) কৰাৰ ঘটনা বৃদ্ধি পাইছে।

Blue Flower of Heart:শংকৰদেৱ বিশ্ববিদ্যালয়ত ড° কৰবী কোঁছৰ ‘হৃদয়ৰ নীলা পাহি’ উন্মোচন

নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত আজি আয়োজিত এক অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ অধ্যাপিকা ড° কৰবী কোঁছৰ 'হৃদয়ৰ নীলা পাহি'(Blue Flower of Heart) নামৰ উপন্যাসখন উন্মোচন কৰা হয়।

Mangaldai Book Fair:মঙলদৈৰ গ্ৰন্থমেলাত অৰ্ধ শতাধিক গ্ৰন্থপ্ৰেমীক মূল্যৱান গ্ৰন্থ উপহাৰ দিলে কাৰ্যবাহী অভিযন্তা ভবেন বৰ্মনে

মঙলদৈ গ্ৰন্থমেলাৰ(Mangaldai Book Fair) ১৪ ডিচেম্বৰৰ সামৰণিৰ দিনটোত দেখা পোৱা গ'ল এক ব‌্যতিক্ৰমী আৰু উৎসাহজনক পদক্ষেপ

Popular