assam

Advantage Assam 2.0:এডভাণ্টেজ অসম ২.০ৰ সন্দৰ্ভত ভূটানৰ থিম্ফুত ব্যৱসায়িক সন্মিলন আৰু ৰোড শ্ব’’ত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

অসম চৰকাৰৰ উদ্যোগত অহা বৰ্ষৰ ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আসাম(Advantage Assam 2.0) ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ চামিট-২০২৫ ৰ লগত সংগতি ৰাখি আজি সন্ধিয়া ভূটানৰ ৰাজধানী থিম্ফুৰ লা মেৰিডিয়ান হোটেলত আয়োজন কৰা এক ব্যৱসায়িক সন্মিলনত(Business Conference and Road Show) ভূটানৰ প্ৰধানমন্ত্ৰী দশো শ্বেৰিং টবগেৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহণ কৰে।

Dr. Shivnath Burman:বিজ্ঞানমনস্ক যাত্ৰাই সুৱঁৰিলে ড০ শিৱনাথ বৰ্মনক

মোৰ সমসাময়িক হ’লেও ডঃ শিৱনাথ বৰ্মনৰ(Dr. Shivnath Burman) সৈতে মোৰ ঘনিষ্ঠতা অলপ দেৰিকৈ আৰম্ভ হৈছিল৷ কাৰণ আামাৰ কৰ্ম পদ্ধতি পৃথক আছিল৷

Cold Weather:শীতত থৰ থৰকৈ কঁপিছে পঞ্জাৱ, হাৰিয়ানা

শীতত থৰ থৰকৈ কঁপিছে(Cold Weather) পঞ্জাৱ, হাৰিয়ানা৷ এই দুই ৰাজ্যৰ উপৰি দেশৰ আনম কেইবাখনো ৰাজ্যত শীত প্ৰবাহে(Chilly Winds) তীব্ৰ ৰূপ ধাৰণ কৰিছে৷

Zakir Hussain:কিংবদন্তি তবলাৰ সম্ৰাট জাকিৰ হুছেইনৰ মৃত্যু

তবলাৰ সম্ৰাট জাকিৰ হুছেইন(Zakir Hussain) আৰু নাই।হৃদযন্ত্ৰৰ সমস্যাৰ সৈতে যুঁজি থাকি চিকিৎসাধীন হৈ থকা জাকিৰ হুছেইনৰ আজি আমেৰিকাৰ এখন চিকিৎসালয়ত(San Francisco hospital) মৃত্যু ঘটে।

Art and Literature Awards:শিশু সাহিত্যক-কাৰ্টুন শিল্পী তপন বৰুৱালৈ ‘শিল্প-সাহিত্য বঁটা-২০২৪’

'৪২ৰ গণ আন্দোলনৰ সক্ৰিয় কৰ্মী, কংগ্ৰেছ সেৱা বাহিনীৰ সেনানী মুক্তিযোদ্ধা বগাৰাম দিহিঙীয়াৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি সামৰণি অনুষ্ঠানটি কাইলৈ অনুষ্ঠিত হ'ব।(Art and Literature Awards)

Popular