assam

Guwahati University: গুৱাহাটী বিশ্ববিদ্যালয়ত নতুন ট্রেকিং পথ মুকলি

পাহাৰ ভাল পোৱা গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ আবাসী, শিক্ষক, শিক্ষার্থী, কৰ্মচাৰী, গৱেষক আদিৰ বাবে সুখবৰ। কিয়নো এতিয়াৰে পৰা ট্রেকিঙৰ প্ৰতি আগ্ৰহী বিশ্ববিদ্যালয়ৰ চৌহদৰ আবাসী সকলে...

APSC examination:ব্যক্তিগত পুথিভঁৰালত অধ্যয়ন কৰি এপিএছচিৰ পৰীক্ষাত উত্তীৰ্ণ চিলাপথাৰৰ মোহন উপাধ্যায়

সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ(APSC examination) সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈছে চিলাপথাৰৰ এগৰাকী অৱসৰী সেনা বাহিনীৰ জোৱান। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ আৰক্ষী সেৱাত ৩৩ সংখ্যক স্থানত উত্তীৰ্ণ হৈছে ধেমাজি জিলাৰ চিলাপথাৰৰ ফুলবাৰী পথাৰ গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰজাপতি উপাধ্যায় আৰু কমলা উপাধ্যায় ৰ পুত্ৰ মোহন উপাধ্যায়।

Kinnar:গোগামুখত কিন্নৰ বনাম কিন্নৰ

কিন্নৰ বনাম কিন্নৰৰ(Kinnar) মাজৰ মাৰপিট তথা কাজিয়াই গোগামুখত(Gogamukh) তুমুল আলেড়নৰ সৃষ্টি কৰিছে৷ ঘটনাৰ বিৱৰণি মতে ধেমাজি জিলাৰ ভিন্ন ৰে’ল ষ্টেচনত ধেমাজি জিলাৰ চিলপথাৰৰ অনন্ত টায়ে আৰু জোনাই মুৰ্কংচেলেকৰ নয়ন পেগু সহিতে বহুকেইজন ভুবা কিন্নৰে নিজকে  কিন্নৰ বুলি  পৰিচয় দি বহু মানুহৰ পৰা ধন দাবী কৰি আহিছিল৷

Indian: মাজনিশাই ছিৰিয়া এৰিবলৈ নিৰ্দেশ ভাৰতীয়ক

মাজনিশা ভাৰতীয়সকলক ছিৰিয়া এৰি যাবলৈ নিৰ্দেশ দিল্লীৰ। শুকুৰবাৰে নিশা ১১:৪২ বজাত দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই নিৰ্দেশনা জাৰি কৰে। ভাৰতীয় সময় অনুসৰি নিশা ১১:৪১ বজাত...

Solo Painting Exhibition:শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেŽত্ৰত চিত্ৰশিল্পী পুষ্প গগৈৰ ‘একক চিত্ৰ প্ৰদৰ্শনী’

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যক ভাল পোৱা স্ব-শিক্ষিত শিল্পী ড০ পুষ্প গগৈৰ(Dr. Pushpa Gogoi) একক চিত্ৰ প্ৰদৰ্শনী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কলা ভৱনত চলি আছে।(Solo Painting Exhibition) বুধবাৰে বিয়লি চাৰি বজাত আৰম্ভ হোৱা চিত্ৰ প্ৰদৰ্শনীখনৰ দ্বাৰ মুকলি কৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ(Srimanta Sankardev Kalakshetra) সচিব সুদৰ্শন ঠাকুৰে।

Popular