Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
assam
আকাশত উৰাৰ অভিজ্ঞতা ল’লে লাভলীনা বৰগোহাঁয়ে…
পোষ্ট মেলনক চাবলৈ নাযায় মুখ্যমন্ত্ৰী…
জানুৱাৰীত ‘ৰৈ ৰৈ বিনালে’ চাব মুখ্যমন্ত্ৰীয়ে…
Kinnar:গোগামুখত কিন্নৰ বনাম কিন্নৰ
india
দৈনন্দিন বাৰ্তা
-
December 8, 2024
কিন্নৰ বনাম কিন্নৰৰ(Kinnar) মাজৰ মাৰপিট তথা কাজিয়াই গোগামুখত(Gogamukh) তুমুল আলেড়নৰ সৃষ্টি কৰিছে৷ ঘটনাৰ বিৱৰণি মতে ধেমাজি জিলাৰ ভিন্ন ৰে’ল ষ্টেচনত ধেমাজি জিলাৰ চিলপথাৰৰ অনন্ত টায়ে আৰু জোনাই মুৰ্কংচেলেকৰ নয়ন পেগু সহিতে বহুকেইজন ভুবা কিন্নৰে নিজকে কিন্নৰ বুলি পৰিচয় দি বহু মানুহৰ পৰা ধন দাবী কৰি আহিছিল৷
Indian: মাজনিশাই ছিৰিয়া এৰিবলৈ নিৰ্দেশ ভাৰতীয়ক
assam
দৈনন্দিন বাৰ্তা
-
December 7, 2024
মাজনিশা ভাৰতীয়সকলক ছিৰিয়া এৰি যাবলৈ নিৰ্দেশ দিল্লীৰ। শুকুৰবাৰে নিশা ১১:৪২ বজাত দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই নিৰ্দেশনা জাৰি কৰে। ভাৰতীয় সময় অনুসৰি নিশা ১১:৪১ বজাত...
Solo Painting Exhibition:শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চিত্ৰশিল্পী পুষ্প গগৈৰ একক চিত্ৰ প্ৰদৰ্শনী
india
দৈনন্দিন বাৰ্তা
-
December 6, 2024
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যক ভাল পোৱা স্ব-শিক্ষিত শিল্পী ড০ পুষ্প গগৈৰ(Dr. Pushpa Gogoi) একক চিত্ৰ প্ৰদৰ্শনী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কলা ভৱনত চলি আছে।(Solo Painting Exhibition) বুধবাৰে বিয়লি চাৰি বজাত আৰম্ভ হোৱা চিত্ৰ প্ৰদৰ্শনীখনৰ দ্বাৰ মুকলি কৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ(Srimanta Sankardev Kalakshetra) সচিব সুদৰ্শন ঠাকুৰে।
Dr. BR Ambedkar:প্ৰবাদপুৰুষ ড° বি আৰ আম্বেদকাৰ
india
দৈনন্দিন বাৰ্তা
-
December 5, 2024
মহান পুৰুষৰ জন্ম সমাজৰ হিতৰ কাৰণে হয়।(Dr. BR Ambedkar) এই কথা সৰ্বজন বিদিত। এনে মহান পুৰুষসকলে(Legendary man) এটা জাতিয়েই নহয় সামগ্ৰীকভাৱে জনসমাজৰ কল্যাণ সাধনত মূখ্য ভূমিকা গ্ৰহণ কৰে।
Silapathar:৫০ হেজাৰ টকাৰ বিনিময়ত নৱজাতক শিশুক বিক্ৰী গোলাঘাটৰ দম্পত্তীৰ
assam
দৈনন্দিন বাৰ্তা
-
December 4, 2024
ধেমাজিৰ চিলাপথাৰত(Silapathar) নৱজাতক ক্ৰয় বিক্ৰয়ৰ ভয়ংকৰ কাণ্ডই পুনৰ জোকাৰি তুলিছে সমূগ্ৰ চিলাপথাৰৰ লগতে ধেমাজি(Dhemaji) জিলাত।কিছুদিন পূৰ্বে শিশু বিশেষজ্ঞ চিকিৎসক ডাঃ চন্দ্ৰজিৎ দলেৰ বাসগৃহৰ পৰা শিশু ক্ৰয় বিক্ৰয়ৰ এক ঘটনাৰ চাঞ্চল্যৰ মাৰ নৌহওঁতেই পুনৰ শিশু বিক্ৰীৰ ভয়ংকৰ কাণ্ড শেহতীয়াকৈ পোহৰলৈ আহিছে।(Golaghat)
1
...
32
33
34
...
104
Page 33 of 104
Popular
আকাশত উৰাৰ অভিজ্ঞতা ল’লে লাভলীনা বৰগোহাঁয়ে…
দৈনন্দিন বাৰ্তা
-
December 8, 2025