assam

Chutia Students’ Union: জনজাতিকৰণৰ দাবীত যোৰহাটত চুতীয়া ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

ছয় জনগোষ্ঠীক জনজাতিকৰণ তথা বিভিন্ন সমস্যা সমাধানৰ দাবীৰে আজি(Chutia Students' Union) পুনৰ এবাৰ উত্তাল হৈ পৰে যোৰহাট।

Chief Justice Of India: দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ সঞ্জীৱ খান্নাৰ

ন্যায়াধীশ সঞ্জীৱ খান্নাই সোমবাৰে ভাৰতৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ(Chief Justice Of India) হিচাপে শপতগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি ভৱনত আয়োজন কৰা হয় এই শপতগ্ৰহণ অনুষ্ঠান। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ন্যায়াধীশ খান্নাক(Justice Sanjiv Khanna) শপত বাক্য পাঠ(Union Government) কৰোৱায়।

Social Worker Jitu Sharma: অসম আন্দোলনৰ অগ্ৰণী কৰ্মী, বিশিষ্ট সমাজকৰ্মী জিতু শৰ্মাৰ দেহাৱসান

নগাঁও জিলাৰ উৰিয়াগাঁও নিবাসী, অৱসৰপ্ৰাপ্ত বেংক বিষয়া, অসম আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী তথা বিশিষ্ট সমাজকৰ্মী জিতু শৰ্মা (৬৪)ৰ(Social Worker Jitu Sharma) আজি পুৱা প্ৰায় ৮:৩০ বজাত নিজ বাসভৱনতে শেষ নিশ্বাস ত্যাগ কৰে।

Women’s Ras: ৭৩ বছৰত ভৰি দলে ঢকুৱাখনা বালিগাঁৱৰ ৰাস মহোৎসৱে

মাজুলীৰ সমান্তৰালভাৱে ঢকুৱাখনা(Women's Ras) বালিগাঁৱৰ হৰিমন্দিৰতো লক্ষ্মী পূৰ্ণিমা দিনটো পৰাই শ্ৰীকৃষ্ণ পূৰ্ণাংগ ৰাখলীলাৰ(Ras Festival) বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে।

Ratan Tata: মৃত্যুৰ এমাহ পূৰ্তিত প্ৰকাশ পালে ‘ৰতন টাটা’

যশস্বী উদ্যোগপতি ৰতন টাটাৰ দেহাৱসানৰ এমাহ পূৰ্তিৰ দিনটোতে প্ৰকাশ পালে টাটাৰ বৈচিত্ৰ্যময় জীৱনৰ আধাৰত সাংবাদিক খনীন্দ্ৰ কুমাৰ ডেকাৰ দ্বাৰা ৰচিত গ্ৰন্থ 'ৰতন টাটা(Ratan Tata)’৷

Popular