assam

Medical Science । চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ প্রবেশ পৰীক্ষাত উজলিল অক্লান্ত

Medical Science । অখিল ভাৰতীয় আয়ুবিজ্ঞান প্রতিষ্ঠান চমুকৈ এইমছ এ অনুষ্ঠিত কৰা চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ প্রবেশ পরীক্ষাত উজলিল অসম সন্তান। প্রবেশ পৰীক্ষাত ৪৯ সংখ্যক স্থান দখল কৰি অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অত্যন্ত মেধাবী ছাত্রী ডা' অক্লান্তা ভট্টাচাৰ্য্যই। তেজপুৰৰ কলিবাৰীৰ পংকজ ভট্টাচার্য্য আৰু ময়ূৰী ভাগবতী ভট্টাচার্য্যৰ সন্তান ডা অক্লান্তাই কঠোৰ অধ্যয়নৰ জৰিয়তে এই সফলতা লাভ কৰিবলৈ সক্ষম হয়। assamese daily newspaper

Kampur Book Festival 2024:কামপুৰ গ্ৰন্থ উৎসৱ-২০২৪ত থগিত মহন্তঃ গ্ৰন্থ হৈছে মানুহৰ প্ৰকৃত বন্ধু

কামপুৰত চতুৰ্থবাৰৰ বাবে অনুষ্ঠিত হোৱা কামপুৰ গ্ৰন্থ উৎসৱৰ(Kampur Book Festival 2024) দেওবাৰে সফলতাৰে সামৰণি পৰে।

Chutia-Deuri Sahitya Sabha:বোকাখাত জিলা চুতীয়া জাতি সন্মিলন আৰু বোকাখাত জিলা চুতীয়া-দেউৰী সাহিত্য সভা গঠন

বোকাখাত বনগাঁৱৰ সতী সাধনী সমন্বয় ক্ষেত্রত আজি বোকাখাতৰ ১২খন চুতীয়া(Chutia-Deuri Sahitya Sabha) জাতি আঞ্চলিক সমিতিৰ সভাপতি/সম্পাদক আৰু শতাধিক সদস্যৰে এখন সাধাৰণ সভা আহ্বান কৰা হয়(Bokakhat)।

Dr. Bhupen Hazarika’s 100 songs:ড° ভূপেন হাজৰিকাৰ ১০০ গীত তিনিটা প্ৰক্ৰিয়াৰে ইংৰাজীলৈ অনুবাদ সম্পূৰ্ণ

এক যাত্ৰাৰ মধ্যক্ষণত আজি বোকাখাতত উপস্থিত হয়(Dr. Bhupen Hazarika's 100 songs) অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্য হাজৰিকা। বোকাখাত নাট্য মন্দিৰত উপস্থিত হৈ ড° হাজৰিকাই(Dr. Surjya Hazarika) কয়- "অসম সাহিত্য সভাৰ(Asom Sahitya Sabha) সৰ্বোচ্চ পদবী সভাপতিৰ বাবে নিৰ্বাচন হোৱাতকৈ মনোনীত সভাপতি হোৱাই ভাল।

BCCI Under 15:বিচিচিআইৰ ১৫ অনুৰ্ধৰ ছোৱালী ক্ৰিকেট প্ৰতিযোগিতাত অসম দলত নাজিৰাৰ স্বাস্তি বিশ্বকৰ্মা

২১ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগা বিচিচিআইৰ ১৫ অনুৰ্ধৰ(BCCI Under 15) এদিনীয়া ছোৱালী ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে অসম দলত নাজিৰা(Nazira) জিলা ক্ৰীড়া সন্থাৰ স্বাস্তি বিশ্বকৰ্মাই(Swasti Vishwakarma) স্থান লাভ কৰিছে।

Popular