assam

Mising Olympics: গোগামুখত ১৫ মেগা ইভেন্টত ৩০০০ প্ৰতিযোগীৰে মিচিং অলিম্পিক

মিচিং জনগোষ্ঠীৰ নৱপ্ৰজন্মৰ মাজত ক্ৰীড়াৰ প্ৰতি আসক্তি বৃদ্ধি কৰা আৰু মাদকদ্ৰব্য বা নিচাজাতীয় সামগ্ৰীৰ পৰা আঁতৰাই ৰাখিবৰ বাবে আৰম্ভ কৰা মিচিং অলিম্পিকে(Mising Olympics) এইবাৰ দ্বিতীয় সংস্কৰণত ভৰি দিলে৷

Foreign Tourists: বিদেশী পৰ্যটক শিলঘাটৰ জাহাজ ঘাটত নামি পালেগৈ গাঁও

প্ৰাকৃতিক, ঐতিহাসিক, সাংস্কৃতিক সমলৰে ভৰপূৰ অসমত এতিয়া দেশী-বিদেশী পৰ্যটকে(Foreign Tourists) ভিৰ কৰিছে। কলিয়াবৰতো লুইতৰ বুকুৰে জাহাজত অসম ভ্ৰমণলৈ আহিছে বিদেশী পৰ্যটক।

Assamese in Assam: অসমত অসমীয়া কোন?

সমাজত সঘনাই শুনিব পোৱা প্ৰশ্ন এটাই মনত বহুত ভাৱৰ বুৰবুৰনিৰ সৃষ্টি কৰে। আচলতে অসমত অসমীয়া(Assamese in Assam) কোন?

Novel Jeora: কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ উপন্যাস ‘জেওৰা’ উন্মোচন

গুৱাহাটীৰ পানবজাৰস্থিত ৰেখা প্ৰকাশনত মঙলবাৰে কবি, সাংবাদিক ৰঞ্জিত পাটগিৰিৰ ষষ্ঠখন গ্ৰন্থ তথা দ্বিতীয়খন উপন্যাস 'জেওৰা'(Novel Jeora) উন্মোচন কৰা হয়।

West Karbi Anglong: ১৯৫১ চনৰ আগত অহা সকলোৱে পাব ভূমিপট্টাঃ তুলিৰাম ৰংহাং

পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ(West Karbi Anglong) বৈঠালাংছ’স্থিত ছেৰদিহুন আক্লাম ক্ষেত্ৰত আজি ভূমিপট্টা বিতৰণ কৰে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙে৷

Popular